| সুবিধা আৰু বিৱৰণ | দৈনিক ভাড়া |
|---|---|
|
ক্লাব ঘৰ
এক সুন্দৰ, মনোৰম পৰিৱেশত আলোচনা আৰু চিন্তা বিনিময়ৰ বাবে উপযুক্ত স্থান। |
৫০০ টকা |
|
পেক্ষাগৃহ
উন্নত শব্দ ব্যৱস্থা আৰু প্ৰক্ষেপণ যন্ত্ৰযুক্ত, বিভিন্ন সাংস্কৃতিক অনুষ্ঠান, সভা-সমিতি, সন্মিলন আদি অনুষ্ঠিত কৰাৰ বাবে আদৰ্শ স্থান। |
৩,৫০০ টকা |
|
গেলেৰী
প্ৰদৰ্শনী, সাংস্কৃতিক আৰু সামাজিক অনুষ্ঠানৰ বাবে আদৰ্শ স্থান। |
১,০০০ টকা |