অসমীয়া ক্লাব, তেজপুৰ

অসমীয়া ক্লাবৰ দ্বিবাৰ্ষিক কাৰ্য্যকাল ২০২৪-২৫ আৰু ২০২৫-২৬ বৰ্ষৰ সদস্যবৃন্দৰ তালিকা

উপদেষ্টামণ্ডলী

শ্ৰীযুত যতীন্দ্ৰ নাথ কোছ শ্ৰীযুত শৈলজা কুমাৰ পদ্মপতি শ্ৰীযুত ৰবীন্দ্ৰ নাথ শৰ্মা ডঃ অৱনী কুমাৰ শৰ্মা

কাৰ্যনিৰ্বাহক সমিতি

পদ / নামযোগাযোগ
শ্ৰীমতী অৰুণা দেৱী
সভাপতি
৯১২৭০১৬৩৩২
deveearuna@gmail.com
শ্ৰীপঙ্কজ কুমাৰ বৰা
উপ-সভাপতি
৯৯৫৭১৮৪৩৬০
ডঃ সুচিত্ৰা দেৱী
উপ-সভাপতি
৯৪৩৫৫০১০৮১
শ্ৰীমতী অনু দেৱী মহন্ত
সম্পাদক
৯৪৩৫২৭৮২৯৮
anudevee1953@gmail.com
শ্ৰীনাৰায়ণ বৰঠাকুৰ
যুটীয়া সম্পাদক
৯৮৫৪৪৬০১২৩
শ্ৰীচিত্তদেৱ শৰ্মা
যুটীয়া সম্পাদক
৯৪৩৬২২৮২৮৭
শ্ৰীভূপেন শৰ্মা
কাৰ্য্যালয় সম্পাদক
কাৰ্য্যালয় সম্পাদক
শ্ৰীদুৰ্লভ কুমাৰ দাস
কোষাধ্যক্ষ
কোষাধ্যক্ষ

কাৰ্য্যনিৰ্বাহক সদস্যসকল

সদস্যৰ নামপদবী
শ্ৰীঅশ্ৱিনী কুমাৰ শৰ্মাকাৰ্য্যনিৰ্বাহক সদস্য
শ্ৰীৰাতুল কুমাৰ দাসকাৰ্য্যনিৰ্বাহক সদস্য
শ্ৰীভাৰত কুমাৰ ভট্টাচাৰ্য্যকাৰ্য্যনিৰ্বাহক সদস্য
শ্ৰীউদয়কৃষ্ঞ গোহাঞিবৰুৱাকাৰ্য্যনিৰ্বাহক সদস্য
শ্ৰীদিলীপ কুমাৰ বৰুৱাকাৰ্য্যনিৰ্বাহক সদস্য
ডঃ স্ৱপ্নালী কাকতিকাৰ্য্যনিৰ্বাহক সদস্য
শ্ৰীমৃগেন কলিতাকাৰ্য্যনিৰ্বাহক সদস্য
শ্ৰীসত্যদেৱ শৰ্মাকাৰ্য্যনিৰ্বাহক সদস্য
শ্ৰীমতী সুৱৰ্ণ ভূঞাকাৰ্য্যনিৰ্বাহক সদস্য
শ্ৰীদিৱসমণি বৰুৱাকাৰ্য্যনিৰ্বাহক সদস্য
শ্ৰীসমীৰণ বৰাকাৰ্য্যনিৰ্বাহক সদস্য

উপ-সমিতিসমূহৰ আহ্বায়কসকল

ক্লাবৰ প্ৰতিষ্ঠা দিৱস
শ্ৰীসমীৰণ বৰা
নাৰী দিৱস উদযাপন
শ্ৰীমতী সুৱৰ্ণ ভূঞা
বিশ্ব পৰিৱেশ দিৱস
শ্ৰীদিগন্ত কাকতি, শ্ৰীসত্যদেৱ শৰ্মা
কথিত অসমীয়া ভাষা শিক্ষাৰ পাঠ্যক্ৰম
ডঃ স্ৱপ্নালী কাকতি
কবিতা আবৃত্তিৰ কৰ্মশালা
শ্ৰীমতী ৰুবী বৰা ছাঁত্ৰা
ভাৰোত্তোলনৰ কৰ্মশালা
শ্ৰীৰাতুল কুমাৰ দাস
যোগাসনৰ কৰ্মশালা
শ্ৰীমতী নমিতা লহকৰ
কৰ্মজীৱনৰ মাৰ্গদৰ্শনৰ কৰ্মশালা
শ্ৰীনাৰায়ণ বৰঠাকুৰ
ছবিলাল উপাধ্যায় সোঁৱৰণী বাৰ্ষিক সমন্বয় বক্তৃতানুষ্ঠান
শ্ৰী দিলীপ কুমাৰ বৰুৱা, শ্ৰীজ্ঞান বাহাদুৰ ছেত্ৰী
নগেন্দ্ৰ চন্দ্ৰ গাংগুলী ন্যাসৰ ৰচনা প্ৰতিযোগিতা
শ্ৰীভূপেন শৰ্মা
কলা-বীথিকা
শ্ৰীমৃগেন কলিতা
ঐতিহ্য পদযাত্ৰা
শ্ৰীচন্দ্ৰশেখৰ শইকীয়া, শ্ৰীদিলীপ কুমাৰ বৰুৱা, ডঃ নিৰঞ্জন দাস
ঐতিহাসিক স্থান ভ্ৰমণ
শ্ৰী নাৰায়ণ বৰঠাকুৰ, শ্ৰীউদয়কৃষ্ঞ গোহাঞিবৰুৱা
৩১ ডিচেম্বৰৰ বৰ্ষপূৰ্তি অনুষ্ঠান
শ্ৰী নীলকান্ত শৰ্মা, শ্ৰী চিত্তদেৱ শৰ্মা

📘 তথ্যৰ উৎস: কাৰ্য্য-বিৱৰণী বহী, শ্ৰীমতী সুৱৰ্ণ ভূঞাৰ দ্বাৰা সংকলিত।